This browser does not support the video element.
নলবাৰী: মৈৰাদঙাত ষষ্ঠ বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
Nalbari, Nalbari | Oct 5, 2025
মৌচুমী সংঘৰ উদ্যোগত, প্ৰতিমা ডেকা আৰু শুক্ৰৰাম কলিতাৰ সোঁৱৰণত নলবাৰী মৈৰাদঙ্গা মৌচুমী সংঘৰ খেল পথাৰত ষষ্ঠ বাৰ্ষিক প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা সামৰণী অনুষ্ঠিত কৰা হয়। হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।