Download Now Banner

This browser does not support the video element.

কমলপুৰ: 'অগপ নেতৃত্বই মোক দল এৰিবলৈ বাধ্য কৰোৱালে',কমলপুৰত মন্তব্য সদ্য অগপ দল ত্যাগ কৰা সত্যব্ৰত কলিতাৰ

Kamalpur, Kamrup | Sep 5, 2025
'অগপ নেতৃত্বই মোক দল এৰিবলৈ বাধ্য কৰোৱালে'। 'অকলে খেলাৰ সময়ত অগপৰ আসন অধিক আছিল'। শুকুৰবাৰে কমলপুৰত এই মন্তব্য সদ্য ইগপ দল ত্যাগ কৰা সত্যব্ৰত কলিতাৰ। 'মিত্ৰতাৰ পিছত অগপৰ আসন কমিছেহে। 'অগপত সাধাৰণ সম্পাদক হিচাপে মোৰ কোনো গুৰুত্ব নাছিল'। দল ত্যাগ সন্দৰ্ভত সত্যব্ৰত কলিতাৰ মন্তব্য।
Read More News
T & CPrivacy PolicyContact Us