Download Now Banner

This browser does not support the video element.

ধেমাজি: মিছিং কাপোৰৰ নামত ৰাজ্যত চলিছে নকল কাপোৰৰ ৰমৰমীয়া ব্যবসায়, ধেমাজিত সংবাদমেল পাতি গৰজি উঠিল মিছিং শিপিনী সন্থা

Dhemaji, Dhemaji | Sep 26, 2025
মিছিং কাপোৰৰ নামত ৰাজ্যত চলিছে নকল কাপোৰৰ ৰমৰমীয়া ব্যবসায়,শুকুৰবাৰে সংবাদমেল পাতি গৰজি উঠিল মিছিং শিপিনী সন্থা।থলুৱা বস্ত্ৰ উদ্যোগলৈ ভাবুকি কঢ়িয়াই ৰাজ্যত চলিছে বহি:ৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলোমৰ কাপোৰে ৷ মিছিং জনগোষ্ঠীয় বস্ত্ৰ সম্ভাৰে ইতিমধ্যেই ভৌগোলিক স্বীকৃতি লাভ কৰিছে যাক লৈ গৌৰৱ কৰিছিল জনগোষ্ঠীটোৰ লগতে শিপিনী সমাজে ৷
Read More News
T & CPrivacy PolicyContact Us