Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: খাৰকাটি পকী দলংৰ সমিপত চুলাই,বিলাতী সুৰা বিক্ৰী বন্ধৰ দাবীত পানীগাঁও আৰক্ষীক স্মৰক পত্ৰ অসমীয়া যুৱ মঞ্চ তেলাহী আঞ্চলিকৰ
North Lakhimpur, Lakhimpur | Sep 6, 2025
লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খাৰকাটিৰ ৰঙানদী পকী দলংৰ সমিপত চুলাই আৰু বিলাতী সুৰা বিক্রি কৰি পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ । অসমীয়া যুৱ মঞ্চ লখিমপুৰ তেলাহি আঞ্চলিক সমিতিয়ে শনিবাৰে পানীগাঁও আৰক্ষী থানাত উপস্থিত হৈ খাৰকাটি পকী দলংৰ সমিপত চুলাই আৰু বিলাতী সুৰা বিক্ৰী বন্ধৰ দাবীত আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!