Download Now Banner

This browser does not support the video element.

গুৱাহাটী: প্ৰধানমন্ত্ৰীৰ মাতৃক ৰাহুল গান্ধীয়ে কৰা মন্তব্য নিন্দনীয়,এয়া দেশৰ মাতৃশক্তিক কৰা অপমান,গুৱাহাটীত মন্তব্য মুখ্যমন্ত্ৰীৰ

Guwahati, Kamrup Metropolitan | Aug 31, 2025
প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কৰা মন্তব্য নিন্দনীয়। দেওবাৰে গুৱাহাটীৰ ধীৰেনপাৰাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এনে মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰিছো বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃৰ প্ৰতি কৰা মন্তব্যই কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাক প্ৰতিফলিত কৰিছে। এয়া দেশৰ মাতৃশক্তিৰ প্ৰতি কৰা অপমান, ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'লেও এনে মন্তব্য কৰা উচিত নহয়
Read More News
T & CPrivacy PolicyContact Us