Download Now Banner

This browser does not support the video element.

নলবাৰী: পাইকাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

Nalbari, Nalbari | Sep 4, 2025
নলবাৰী জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা।অচিনাক্ত বাহনে মহটিয়ালে চাইকেল আৰোহীক।দূৰ্ঘটনাত চাইকেল আৰোহী সন্ধা গাওঁ নিৱাসী অজিত কলিতাৰ মৃত্যু । সন্ধা গাওঁ নিৱাসী অজিত কলিতাই চাইকেলৰে পূৱ নলবাৰী অভিমূখে গৈ থকা সময়ত পূৱ নলবাৰী কলেজৰ সন্মুখত দূৰ্ঘটনা সংঘটিত হয়।কোনো অচিনাক্ত বাহনে চাইকেল আৰোহী অজিত কলিতাক মহটিয়াই পেলাই যায়।উক্ত দূৰ্ঘটনাত নিহত হয় প্ৰায় ৪৫ বছৰীয়া লোকজন।
Read More News
T & CPrivacy PolicyContact Us