Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত ভুপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে সাংস্কৃতিক কাৰ্যসূচী

Diphu, East Karbi Anglong | Sep 8, 2025
সোমবাৰে নিশা ৭ মান বজাত ডিফু আৱৰ্ত ভৱনৰ সন্মূখত থকা আৱৰ্ত ভৱনত অসম চৰকাৰৰ সামস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ উকিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত ৰৰিষদৰ এমএচি জনি তিমুঙ আৰু জিলা আয়ুক্ত নিৰলা ফাংচপী উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷
Read More News
T & CPrivacy PolicyContact Us