Download Now Banner

This browser does not support the video element.

নাজিৰা: অসম দৰ্শন আঁ‌চনিত নিৰ্মাণ হবলগা নামচাই গোৰ্খা নৱ দূৰ্গা নামঘৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক দেৱব্ৰত শইকীয়াই

Nazira, Sivasagar | Sep 6, 2025
অসম দৰ্শন আঁ‌চনিত নিৰ্মাণ হবলগা নামচাই গোৰ্খা নৱ দূৰ্গা নামঘৰ নিৰ্মাণৰ কামৰ শনিবাৰে শুভাৰম্ভ কৰে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই।নাজিৰা অসম দৰ্শন আঁ‌চনিৰ অধীনত নিৰ্মাণ হব লগা নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত নামচাই গোৰ্খা নৱ দুৰ্গা নামঘৰৰ নিৰ্মাণৰ কামৰ শনিবাৰে শুভাৰম্ভ কৰে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই।
Read More News
T & CPrivacy PolicyContact Us