This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত বনৰগাওঁৰ পৰা ফকিৰাগ্ৰাম লৈ যোৱা পথত সদৌ অসম বাঙালী যুৱ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন
Kokrajhar Part, Kokrajhar | Sep 5, 2025
ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে আবেলি ৩ বজাত বনৰগাওঁৰ পৰা ফকিৰাগ্ৰাম লৈ যোৱা গড়কপ্তানি পথত সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে বাঙালী জাতিৰ ওপৰত যাপি দিয়া D ভোটাৰ প্ৰত্যাহাৰ নকৰাৰ অভিযোগত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন কোকৰাঝাৰ জিলা ডালোৱাবাৰী আঞ্চলিক কমিটিৰ নেতৃত্বত বনৰগাওঁ পৰা ফকিৰাগ্ৰাম লৈ যোৱাৰ ৰাস্তাত বৃহৎ সমদল কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ন কৰে ।