Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত ভয়ংকৰ অঘটন, গেলাবিল দলংৰ পৰা নৈত জাপ দিলে এজন যুৱকে

Dergaon, Golaghat | Oct 4, 2025
দেৰগাঁৱত শনিবাৰে সন্ধ্যা প্ৰায় ৬.৩০ মান বজাত সংঘটিত হয় ভয়ংকৰ অঘটন। গেলাবিল দলংৰ পৰা নৈত জাপ দিলে এজন যুৱকে। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যুৱক জনৰ পৰিচয়। ঘটনা স্থলীত ইতিমধ্যে উপস্থিত হৈছে চক্ৰ বিষয়া সহিতে আৰক্ষীৰ দল। একাংশৰ মতে জয় জুবিন দা বুলি চিঞৰি নৈত জাপ দিয়ে যুৱকজনে। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এযোৰ চেণ্ডেল। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত সৃষ্টি হৈছে চেপা উত্তেজনা।
Read More News
T & CPrivacy PolicyContact Us