This browser does not support the video element.
বিশ্বনাথ: কমাৰগাওঁত শ্ৰী শ্ৰী মাধৱদেৱ তিৰোভাৱ তিথিত অমৰ সৃষ্টি “ভোজন-বিহাৰ” ঝুমুৰা ভাগৰ ১৫০ বৰ্ষপূৰ্তি উদযাপন
Biswanath, Biswanath | Sep 12, 2025
শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি কমাৰগাওঁ গাওঁ সংগঠনৰ উদ্যোগত তথা সমূহ কমাৰগাওঁ বাসী ৰাইজ, আইমাতৃ, যুৱক- যুৱতী সকলৰ সহযোগত মাধৱদেৱ গুৰুজনাৰ অমৰ সৃষ্টি “ভোজন- বিহাৰ” ঝুমুৰা ভাগৰ ১৫০ বৰ্ষপূৰ্তি উদযাপনত অনুষ্ঠানত অগণন ভক্তৰ সমাগম ঘটে। অহা কালিৰপৰা দুদিনীয়াকৈ “শ্ৰীকৃষ্ণৰ মহিমা” নাট ভাগ প্ৰদৰ্শন কৰা হ’ব। এই উপলক্ষে আজি প্ৰথম দিনৰ কাৰ্যসূচীত পুৱাৰ ভাগত পতকা উত্তোলন লগতে বিভিন্ন কাৰ্যসূচীৰ পিচতে সেৱা ধৰে সকলো ভক্তপ্ৰাণ ৰাইজে।