This browser does not support the video element.
গোলাঘাট: নগৰৰ ২নং ৱাৰ্ডত কুমাৰপট্টি জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় চৌহদত নিৰ্মিত ৰাজহুৱা সভাগৃহৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ
Golaghat, Golaghat | Sep 9, 2025
গোলাঘাট নগৰৰ ২ নং ৱাৰ্ডত মঙ্গলবাৰে বিয়লি প্ৰায় ৫.৩০ মান বজাত কুমাৰপট্টি জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় চৌহদত নিৰ্মিত ৰাজহুৱা সভাগৃহৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ। স্থানীয় ৰাইজৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই নিৰ্মাণ কৰা এই সভাগৃহটি এতিয়া অঞ্চলবাসীৰ বাবে বিভিন্ন কাৰ্য্, সভা-সমিতি, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ লগতে শিক্ষা-সম্পৰ্কীয় কাৰ্যসূচীসমূহ সফলভাৱে আয়োজনৰ ক্ষেত্ৰত এক সুবিধাজনক পৰিসৰ হৈ পৰিব বুলি উল্লেখ কৰে মন্ত্ৰী নেওগে।