Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: পৰ্বতঝোৰাত সাতখনকৈ বাইকসহ চুৰিকাণ্ডৰ লগত জড়িত ৯ জনকৈ লোকক আটক বগৰীবাৰী আৰক্ষীৰ
Kokrajhar Part, Kokrajhar | Aug 24, 2025
সাতখনকৈ বাইক সহ ৯ জন কৈ চুৰিকাণ্ডৰ লগত জড়িত ব্যক্তিক আটক কৰিছে পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীই। বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কাৰ্তিক বসাকৰৰ নেতৃত্বত দেওবাৰে আবেলি ৪ বজাত পৰ্বতঝোৰাৰ বিভিন্ন ঠাইত বৃহৎ অভিযান চলোৱা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!