This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত শ্যামগুৰি চাহ বাগিছাত শুভাৰম্ভ কৰা হ’ল আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতা
Dhekiajuli Part, Sonitpur | Aug 3, 2025
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্যামগুৰি চাহ বাগিছাত দেওবাৰে বিয়লি ৪ বাজি ৩০ মিনিটৰ পৰা শুভাৰম্ভ কৰা হয় আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতা ৷ উক্ত ফুটবল খেল প্ৰতিযোগিতাৰ আজি শুভ উদ্বোধন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মোহন তাঁতীয়ে ৷ আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতাৰ আজিৰ শুভাৰম্ভণি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱ চৰণ গোৱালা উপস্থিত থাকে ৷