Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীযাজুলিত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ঢেকীয়াজুলিত ক্ষোভ প্ৰকাশ কৰিলে আমছুৰ শোণিতপুৰ জিলা সভাপতিয়ে
Dhekiajuli Part, Sonitpur | Aug 24, 2025
ঢেকীযাজুলিত সাংবাদিক নিগ্ৰহৰ ঘটনাকলৈ দেওবাৰে দিনৰ ১ বজাত ঢেকীয়াজুলিত ক্ষোভ প্ৰকাশ কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলাৰ সভাপতি আফতাব ৰহমান খণ্ডকাৰে ৷ উল্লেখ্য যে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক আক্ৰমণ কৰিছিল ঢেকীযাজুলিৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ৰ স্বতাধিকাৰীয়ে ৷ ইয়াকেলৈ আজি ঢেকীয়াজুলিত মন্তব্য আমছু’ৰ শোণিতপুৰ জিলাৰ সভাপতিৰ ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!