Download Now Banner

This browser does not support the video element.

পলাশবাৰী: বিজয় নগৰৰ লাইভ ছেভ হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ সুযোগ লৈ যৌন নিৰ্যাতন বহিঃৰাজ্যৰ যুৱতীক,অভিযুক্তক গতালে আৰক্ষীক

Palasbari, Kamrup | Aug 21, 2025
বিজয় নগৰৰ লাইভ ছেভ হস্পিটেলত জঘন্য কাণ্ড। স্বাস্থ্য পৰীক্ষাৰ সুযোগ লৈ যৌন নিৰ্যাতন বহিঃৰাজ্যৰ এগৰাকী যুৱতীক। বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত এই কথা জনালে ভুক্তভোগীৰ লগতে দল সংগঠনে। ৰেডিঅ'গ্ৰাফাৰ বৰপেটাৰ নজৰুল ইছলামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ ভুক্তভোগীৰ। বুধবাৰে সংঘটিত এই ঘটনাৰ দিনা চিটি স্কেন কৰা সময়ত অভিসন্ধি বুজিব পাৰি কোনোমতে নিজকে বচাবলৈ সক্ষম হয় যুৱতী গৰাকী।
Read More News
T & CPrivacy PolicyContact Us