This browser does not support the video element.
বোকাখাত: দুই মহিলাৰ গ্ৰেপ্তাৰৰ দাবীত বোকাখাতত সমজিলা কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ শ শ মহিলাৰ
Bokakhat, Golaghat | Aug 28, 2025
দুই মহিলাৰ গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাত বোকাখাতত সমজিলা কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ শ শ মহিলাৰ। মধ্যভোগী দালাল চক্ৰৰ কবলত পৰি মাইক্ৰʼফাইনেঞ্চৰ পৰা ঋণলৈ বিপদত পৰা মহিলাৰ প্ৰতিবাদ। মঞ্জু কালিন্দী আৰু পিংকী ভূঞা নামৰ দুই মহিলাই বোকাখাত শতাধিক মহিলাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদকাৰী উত্তেজিত মহিলাই।