This browser does not support the video element.
ডিফু: নতুন দিল্লীত কাৰ্বি আংলঙৰ সংখ্যালঘু উন্নয়ন সন্দৰ্ভত কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰীক সাক্ষাত টীম কাৰ্বি আংলঙৰ
Diphu, East Karbi Anglong | Sep 11, 2025
কাৰ্বি আংলঙৰ সংখ্যালঘু সকলৰ উন্নয়ন আৰু বিকাশৰ বাবে আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুুুুুুলিৰাম ৰংহাঙ নেতৃত্বাধীন টীম কাৰ্বি আংলঙে নতুন দিল্লীত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত কেন্দ্ৰীয় লঘু উন্নয়ন মন্ত্ৰী কিৰণ ৰিজিজুক সাক্ষাৎ কৰে ৷ সকলো বিধানসভাৰ সংখ্যালঘু এলেকাবোৰত বহু উদ্যোগ সন্মিলন কেন্দ্ৰ, উদ্যম আৰু পৰ্যটন প্ৰকল্পৰ লগতে কাৰ্বি আংলঙৰ লাংৱকুৰ আৰনবৰিম আদিবাসী ধৰ্ম কেন্দ্ৰৰ বাবে এক বিশেষ পেকেজৰ পৰিকল্পনা আগবঢ়ায়।