This browser does not support the video element.
পশ্চিম যোৰহাট: জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গোলাঘাট ভ্ৰমণ কাৰ্যসূচীৰ সন্দৰ্ভত জিলা বিজেপিৰ প্ৰস্তুতি সভা
Jorhat West, Jorhat | Aug 3, 2025
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক গোলাঘাট ভ্ৰমণ কাৰ্যসূচী সন্দৰ্ভত আজি ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ কাৰ্যালয় সভাকক্ষত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয় ।প্ৰস্তুতি সভাত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিৱেদীয়ে মাৰ্গ দৰ্শন কৰে। অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওঁগ, মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, ৰাজ্যিক বিজেপি সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, বিধায়ক ক্ৰমে বিশ্বজিৎ ফুকন, মৃণাল শইকীয়া,