Download Now Banner

This browser does not support the video element.

মৰঙী: বকিয়ালত খণ্ড বন কাৰ্যালয়ত উতপ্ত পৰিস্থিতি, ডাম্পাৰ মালিকে ঘেৰাও কৰি আৱদ্ধ কৰিলে ACF, বনাঞ্চলিক বিষয়াক

Morangi, Golaghat | Sep 24, 2025
বুধবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত বকিয়ালত খণ্ড বন কাৰ্যালয়ত উতপ্ত পৰিস্থিতি, শিল-বালি ব্যৱসায়ী তথা ডাম্পাৰ মালিকে ঘেৰাও কৰি আৱদ্ধ কৰিলে ACF যুৱৰাজ সিং দিগৰা আৰু বনাঞ্চলিক বিষয়া লক্ষেশ্বৰ দাসক।বিনা কাৰণত একাংশ ডাম্পাৰ গাড়ী জব্দ কৰাৰ অভিযোগত উতপ্ত হৈ পৰিছে পৰিস্থিতি। গোলাঘাট জিলাত একাংশ বন বিষয়া নেতৃত্বত শিল-বালিৰ বৃহৎ ছিণ্ডিকেট চলোৱাৰ অভিযোগ। স্থানীয় ব্যৱসায়ী সকলে ওলাই আহি বকিয়াল খণ্ড বন কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত কৰি তোলে পৰিৱেশ।
Read More News
T & CPrivacy PolicyContact Us