Download Now Banner

This browser does not support the video element.

সোণাৰি: কয়লাপথাৰত স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক, আৰক্ষীয়ে আটক কৰিলে অভিযুক্ত হত্যাকাৰী স্বামী লাটু ফুলমালীক

Sonari, Charaideo | Sep 11, 2025
চৰাইদেউ জিলাৰ চফ্ৰাইৰ কয়লাপথাৰত নৃশংস হত্যাকাণ্ড। স্বামীয়ে দিঙি চেপি হত্যা কৰিলে নিজ পত্নী অনিতা ফুলমালীক। অভিযুক্ত হত্যাকাৰী স্বামী লাটু ফুলমালীক আটক কৰিলে চফ্ৰাই আৰক্ষীয়ে। ঘৰুৱা কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালৰ। ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল অভিযুক্ত স্বামীয়ে যদিও চফ্ৰাই আৰক্ষীয়ে খেদি খেদি আটক কৰে লাটুক। মহিলা গৰাকীৰ ডিঙিত আঘাটৰ চিন স্পষ্ট হোৱালৈ চাই ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চফ্
Read More News
T & CPrivacy PolicyContact Us