Download Now Banner

This browser does not support the video element.

নাওবৈচা: নাওবৈচাৰ ফুলবাৰী ৰংপুৰীয়াত নিশা নিষিদ্ধ মাংস ভক্ষণক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি, এজনক আটক আৰক্ষীৰ

Naobaicha, Lakhimpur | Aug 25, 2025
লখিমপুৰ জিলাৰ নাওবৈচাৰ ফুলবাৰী ৰংপুৰীয়াত নিশা নিষিদ্ধ মাংস ভক্ষণকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।লক্ষ্মণ মুণ্ডা নামৰ এজন লোকে গৰু কাটি ভক্ষণ কৰি থকাৰ সময়তে স্থানীয় ৰাইজে লোক জনক হাতে লুটে আটক কৰে।পৰবৰ্তী সময়ত দলহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লক্ষ্মণ মুণ্ডাক আটক কৰে ।উল্লেখ যে ফুলবাৰী ৰংপুৰীয়াৰ এঘৰ লোকৰ এটা গৰু চুৰি হৈছিল বুলি জানিব পৰা গৈছে।ইয়াকে লৈ স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।ইতিমধ্যে দলহাট আৰক্ষীয়ে দেওবাৰে নিশা লক্ষ্মণ মুণ্ডাক আটক কৰে।
Read More News
T & CPrivacy PolicyContact Us