This browser does not support the video element.
ধেমাজি: চিলাপথাৰত ই-ৰিক্সা চালকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অটো ৰিক্সা চালকৰ
Dhemaji, Dhemaji | Aug 24, 2025
চিলাপথাৰত দেওবাৰে দিনৰ 1 বজাত চিলাপথাৰ ই ৰিক্সা চালকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অটো ৰিক্সা চালকৰ । #পৰিবহন বিভাগৰ সম্পূৰ্ণ নীতি-নিয়ম মানি চলাৰ পিছতো চিলাপথাৰত ই ৰিক্সা চালকে অটো ৰিক্সা চালকক চলাচলত বাধা দিয়াৰ অভিযোগ। # ই ৰিক্সা চালকৰ আক্ৰমণত অটো ৰিক্সা চালক আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থা। সম্পূৰ্ণ নথি পত্ৰ থকাৰ পাছতো জীৱনৰ নিৰাপত্তাত ভূগিছে অ