Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ উদ্দেশ্যে ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰত বিশাল ৰাজহুৱা সভা

Dhekiajuli Part, Sonitpur | Sep 4, 2025
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে দিনৰ ১১  বজাৰ পৰা ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰত অনুষ্ঠিত হৈছে বিশাল ৰাজহুৱা সভা ৷ উল্লেখ্য যে মহিলা সকলক স্বাবলম্বী কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৷ সেয়েহে মহিলা সকলক চেক প্ৰদানৰ উদ্দেশ্যৰে আজি অনুষ্ঠিত কৰা হয় উক্ত ৰাজহুৱা সভা ৷ আজিৰ উক্ত সভাত হেজাৰ হেজাৰ মহিলাৰ সমাগম দেখিবলৈ পোৱা গ’ল ৷
Read More News
T & CPrivacy PolicyContact Us