Download Now Banner

This browser does not support the video element.

ওদালগুৰি: অপ্ৰতিৰোধী ৰূপত খালিংদুৱাৰ পৰিষদীয় সমষ্টিত বিজেপি, টংলাত খণ্ড খণ্ডকৈ ১০০০ লোক বিজেপি দলত যোগদান

Udalguri, Udalguri | Sep 8, 2025
পুণৰ আজি খালিংদুৱাৰ মণ্ডল কাৰ্য্যলয়ত বিজেপি ৰ প্ৰাৰ্থী অৰ্জ্জুন দৈমাৰী, কমলপুৰ বিধায়ক তথা প্ৰভাৰী দিগন্ত কলিতা, সংখ্যলঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, উপস্থিতিত ই-ৰিস্কা সন্থাৰ, বিপিএফ আৰু ইউপিপিএল আদি বিভিন্ন পদবীত আৰ সদস্যই থকা শ-শ লোকে বিজেপি দল যোগদান কৰিছে। বিজেপিত যোগদান কৰা বিপিএফ কৰ্মী গৰাকী সাংবাদিক ৰ আগত বিগত দলৰ ১৭ বছৰ বিপিএফ দলত থকাৰ পিছটো নেতা সকলে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷
Read More News
T & CPrivacy PolicyContact Us