Download Now Banner

This browser does not support the video element.

ধেমাজি: পথৰ দুৰৱস্থাই জলা কলা খুৱাইছে ৰাইজক, চিচিবৰগাঁওত পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই প্ৰতিক্ৰিয়া অজাযুছাপ জিলাৰ উপ সভাপতিৰ

Dhemaji, Dhemaji | Sep 8, 2025
পথৰ দুৰৱস্থাই জলা কলা খুৱাইছে ৰাইজক চিচিবৰগাঁওত চৰকাৰক পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই প্ৰতিক্ৰিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ উপ সভাপতি তপন শইকীয়াৰ, ধেমাজি জিলাৰ চিচিবৰগাঁও বিধান সভা সমষ্টিৰ অতি কৈ এটা বিয়স্থ পথ চিচিবৰগাওঁ চাৰি আলি পৰা চুমনি সংযোগী পথ টো উক্ত পথে দি দৈনিক হাজাৰ হাজাৰ ৰাইজ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ আদি কৰি বেপাৰ বাণিজ্য
Read More News
T & CPrivacy PolicyContact Us