Download Now Banner

This browser does not support the video element.

বাক্সা: সোণালী জয়ন্তী বৰ্ষৰ শিমলাগুৰি দুৰ্গা পূজাৰ শুভ উন্মোচন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

Baska, Baksa | Sep 28, 2025
সোণালী জয়ন্তী বৰ্ষৰ শিমলাগুৰি দুৰ্গা পূজাৰ শুভ উন্মোচন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে দুৰ্গা পূজা তাৰ সমন্তৰালকৈ  শিমলাগুৰিত ৫০ বছৰত ভৰি দিলে শিমলাগুৰি দুৰ্গা পূজা সমিতি আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ শুভ উন্মোচন কৰে লগতে মা দুৰ্গাৰ সেৱা লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।
Read More News
T & CPrivacy PolicyContact Us