Install App
123456789000prasanta
This browser does not support the video element.
তেজপুৰ: অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ অধিসূচনাৰ বিৰুদ্ধে তেজপুৰত অসম জাতীয় পৰিষদ দলে প্ৰতিবাদ সাব্যস্ত কৰে
Tezpur, Sonitpur | Sep 6, 2025
অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ অধিসূচনাৰ বিৰুদ্ধে শনিবাৰে দিনৰ অনুমানিক ১ বজাত তেজপুৰত অসম জাতীয় পৰিষদ দলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি আজি সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কোনো কাৰণতে চৰকাৰৰ এই চেষ্টা পুৰণ হবলৈ নিদিয়ে সংগঠনটোৱে ৷ আজি এই হুংকাৰ লুৰিণজ্যোতি গগৈৰ ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!