Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মেৰাবিলৰ গৰৈমাৰী শিব মন্দিৰত ভোগঘৰৰ আধাৰশিলা স্থাপন কৰে এমচিএলএ দিপক মৌৰে

Udalguri, Udalguri | Aug 23, 2025
ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টি তথা ৩৯ নং পাঁচনৈ চেৰফাং পৰীষদীয় সমষ্টিৰ অন্তৰ্গত মেৰাবিল VCDC ৰ গৰৈমাৰি শিৱ মন্দিৰ প্ৰাংগনত MPLAD পুঁজিৰ দ্বাৰা নিৰ্মাণ হব লগা ভোগ ঘৰৰ আধাৰশিলা স্থাপন কৰে MCLA দীপক মৌৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য জিতু কিষান ,পাঁচনৈ চেৰফাং মণ্ডল সভাপতি জীবন ডেকা, সাধাৰণ সম্পাদক অঞ্জন বৈদ্য , চাৰ্যু চাওৰা , কোষাধ্যক্ষ মহেশ্বৰ দাস, মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্যাম পানিকা আদিয়ে।
Read More News
T & CPrivacy PolicyContact Us