This browser does not support the video element.
কোকৰাঝাৰ ভাগ: জিলা আয়ুক্ত কাৰ্য্যালয়ত আয়ুক্ত মাসন্দা পাৰ্তিনৰ সংবাদ মেল, নিৰ্বাচন প্ৰস্তুতিৰ উপৰত প্ৰকাশ
Kokrajhar Part, Kokrajhar | Aug 27, 2025
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অহা ২২ ছেপ্তেম্বৰত বিটিচি নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰাৰ পিচতে বিটিআৰৰ অন্তৰ্গত পাঁচ জিলাৰ প্ৰশাসন ব্যস্ত হৈ পৰিছে৷ তাৰ অংশ হিচাপে কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত বুধবাৰে দিনৰ ২ বজাত জিলা ৰিটাৰ্ণিং বিষয়া তথা আয়ুক্ত মাছান্দা এম পাৰ্টিনে এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলখনত জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া গৰাকীয়ে কয় যে ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি কোকৰাঝাৰ জিলাৰ বাৰটা পৰিষদীয় সমষ্টিৰ বাবে ইতিমধ্যে মনোনয়ন সংগ্ৰহ আৰম্ভ