Download Now Banner

This browser does not support the video element.

আমগুৰি: পৰ্বতীয়া গাঁ‌ওৰক্ষী বাহিনী আৰু খনিকৰ টিপমীয়া গাঁ‌ওৰক্ষী বাহিনীৰ উদ্যোগত পৰ্বতীয়া গাঁ‌ৱত শ্ৰমদান কাৰ্যসূচী

Amguri, Sivasagar | Sep 7, 2025
আমগুৰিৰ পৰ্বতীয়া গাঁ‌ওৰক্ষী বাহিনী আৰু খনিকৰ টিপমীয়া গাঁ‌ওৰক্ষী বাহিনীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পৰ্বতীয়া গাঁ‌ৱৰ নাহৰ আলিৰ দুয়োকাষে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ।পৰ্বতীয়া গাঁ‌ওৰক্ষী বাহিনীয়ে বিগত সময়ৰে পৰা বিভিন্ন প্ৰশংসনীয় কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।পুনৰ দেওবাৰে পৰ্বতীয়া গাঁ‌ৰক্ষী বাহিনী,খনিকৰ আৰু টিপমীয়া গাঁ‌ওৰক্ষী বাহিনীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পৰ্বতীয়া গাঁ‌ৱৰ নাহৰ আলিৰ দুয়ো কাষৰ লগতে স্বাস্থ্য উপকেন্দ্ৰত শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ।
Read More News
T & CPrivacy PolicyContact Us