Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ভৈৰবকুণ্ডত ইউ পি পি এলত খহনীয়া:ফুলবাৰীত ৩১জনৰ বিপিএফত যোগদান

Udalguri, Udalguri | Aug 27, 2025
যিমানেই বি টি চি পৰিষদীয় নিৰ্বাচন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমুহৰ মাজত যোগদান আৰু দল ত্যাগৰ ধুমুহা চলিব ধৰিছে। তাৰোপৰি বৰ্তমান ভৈৰবকুণ্ড পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰাজহ গাওঁবোৰক বন ভূমিলৈ পৰিবৰ্তন কৰাৰ ষড়যন্ত্ৰত ভীতিগ্ৰস্ত ৰাইজে বৰ্তমানৰ বি টি চি চৰকাৰৰ পৰা বিশ্বাস হেৰাই যোৱা দেখাগৈছে। ২৭ আগষ্ট তাৰিখে ওদালগুৰি জিলাৰ ভৈৰবকুণ্ড পৰিষদীয় সমষ্টিৰ ফুলবাৰিত বি পি এফৰ এখন দলীয় সভা অনুষ্ঠিত হয়।
Read More News
T & CPrivacy PolicyContact Us