Download Now Banner

This browser does not support the video element.

চাৰিদুৱাৰ: জামুগুৰিহাটত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা,উক্ত পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত ৩ জন লোক

Chariduar, Sonitpur | Sep 7, 2025
জামুগুৰিহাটত দেওবাৰে পুৱা অনুমানিক ৫ বজাত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা৷উক্ত পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় তিনিগৰাকী লোক ৷ উল্লেখ্য যে কোৱামৰা-বৰাচুকৰ চাৰিলেণযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা অইন এখন ট্ৰাকে খুন্দা মাৰে ৷ ফলত এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে  তিনিগৰাকী লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত লোক সকলক ইতিমধ্যে স্থানীয় ৰাইজে ১০৮ৰ সহায়ত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us