This browser does not support the video element.
সোণাৰি: খামলুং চাহ বাগিচাৰ বোকাময় আৰু বিদ্ধস্ত পথে জ্বলা কলা খুৱাইছে জনসাধাৰণক,পথ নিৰ্মাণৰ দাবী ৰাইজৰ
Sonari, Charaideo | Aug 31, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ অন্তৰ্গত খামলুং চাহ বাগিচাৰ কদৰ্জময় পথে জ্বলা-কলা খুৱাইছে জনসাধাৰণক। খামলুং চাহ বাগিচাৰ এই পথটো যাতায়তৰ অনুপযোগী হৈ পৰিছে যদিও কানশাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। এই বৃহত্তৰ খামলুং চাহ বাগিচা অঞ্চলত প্ৰায় ৮০০ পৰিয়াল বসবাস কৰে আৰু নিতৌ শ শ লোক এই পথটোৰে আহ যাহ কৰে। অঞ্চলটোত এজাক বৰষুণতে পথটো কদৰ্জময় অৱস্থাৰ সৃষ্টি হয়। এই জৰাজীৰ্ণ পথটোত ৰোগী চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত আটাইতকৈ সমস্যাৰ সন্মুখীন হ'ব লগা হয় বৃহত্তৰ অঞ্চলবাসী। ইফালে বহু ছাত্ৰ ছাত