Download Now Banner

This browser does not support the video element.

সোণাৰি: চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ কাম কাজৰ বুজ লয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

Sonari, Charaideo | Aug 26, 2025
চৰাইদেউ জিলাৰ জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ কাম কাজৰ বুজ লয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।মঙ্গলবাৰে চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ পঞ্চায়তৰ বিভিন্ন উন্নয়ণমূলক কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, CEO দীপক ভূঞা, জিলা পৰিষদৰ সভানেত্ৰী সংগীতা গগৈ আৰু উপ-সভাপতি মাধুৰ্য সন্দিকৈ।
Read More News
T & CPrivacy PolicyContact Us