Download Now Banner

This browser does not support the video element.

ধেমাজি: ধেমাজিত ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ কৰি কা বাতিলৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Dhemaji, Dhemaji | Sep 9, 2025
ধেমাজিত ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ ,কা বাতিলৰ দাবী জনাই উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।মঙ্গল বাৰে সন্ধিয়া প্ৰায় 7 বজাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলাৰ সমিতিৰ উদ্যোগত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠন টোৱে।প্ৰতিবাদত ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন টোৱে।
Read More News
T & CPrivacy PolicyContact Us