This browser does not support the video element.
সোণাৰি: সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন
Sonari, Charaideo | Sep 8, 2025
সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ অনবদ্য অবদানক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক উন্নয়ন বিভাগৰ অধ্যক্ষ তপন কুমাৰ গগৈ,চৰাইদেউ জিলাৰ আয়ুক্ত ডঃ নে