This browser does not support the video element.
হেলেম: গহপুৰত ৰাণী তেচি ইয়াচি গামিনী মৈদাম ক্ষেত্ৰ খন সংৰক্ষণ কৰাৰ দাবী তাই আহোম যুৱ পৰিষদৰ
Helem, Biswanath | Aug 25, 2025
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় গৰাকী ৰাণী আছিল। বাটুলী কোৱঁৰী হিচাপে পৰিচিত তেচী ইয়াচী গামীনী অৰুণাচল প্ৰদেশৰ নিচি জনগোষ্ঠীৰ জীয়ৰী আছিল। ৰাণী তেচি ইয়াচি গামিনীৰ মৈদাম ক্ষেত্ৰখনৰ উন্নয়ন, সংবৰ্ধন আৰু সংৰক্ষনৰ ওপৰত তেচি ইয়াচি গামিনী ক্ষেত্ৰত অনুষ্ঠিত এখন সভাৰ তাই আহোম যুৱ পৰিষদে মৈদান ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে এখন নতুন কমিটি গঠন কৰাৰ পোষকতা কৰাৰ লগতে মৈদাম ক্ষেত্ৰ খন সংৰক্ষণ কৰাৰ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰ আৰু পুৰাতত্ব বিভাগক আহ্বান কৰে।