This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: কিশোৰী আৰু যুৱতীক বহিঃৰাজ্যত কাম কৰিবলৈ পঠোৱাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা
Dhekiajuli Part, Sonitpur | Sep 13, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ এগৰাকী কিশোৰী সহিতে অইন দুগৰাকী যুৱতীক বহিঃৰাজ্যত কাম কৰিবলৈ পঠোৱাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰি শনিবাৰে দিনৰ ২ বজাত ঢেকীয়াজুলি থানাত জেৰা আৰক্ষীৰ ৷ উল্লেখ্য যে ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ এগৰাকী কিশোৰীৰ লগতে অইন দুগৰাকী যুৱতীক কাম কৰিবলৈ পঠাইছিল যুৱকজনে ৷ ইয়াৰ পিছতে কিশোৰীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত যুৱকজনক আটক কৰে আৰক্ষীয়ে ৷