Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰীয়া শতাব্দী বৰ্ষপূৰ্তি পালন

Nalbari, Nalbari | Oct 5, 2025
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নলবাৰী চহৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী চহৰৰ প্রখণ্ডৰ উদ্যোগত নলবাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা সংঘৰ শতাব্দী বৰ্ষপূৰ্তি অনুস্থান আয়োজন কৰা হৈছে উক্ত অনুস্থানত কেইবা শতাধিক স্বয়ংসেৱক সকলে পূৰ্ণ গনবেশত এক বৃহৎ পথ সঞ্চলন ভাগ লয় ।
Read More News
T & CPrivacy PolicyContact Us