Download Now Banner

This browser does not support the video element.

গোঁসাইগাঁও ভাগ: গোসাঁইগাঁওত বিজেপিৰ বিজয় সংকল্প সমাৱেশত উপষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মা, ভিচিদিচি ক বিলুপ্ত কৰাৰ মন্তব্য

Gossaigaon Part, Kokrajhar | Aug 19, 2025
গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত বিটিআৰৰ শৰাইবিল সমষ্টিত বিজেপি দলৰ বিজয় সংকল্প সমাৱেশত উপষ্ঠিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰৰ বিভিন্ন সমষ্টিত গুৰি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে দিনৰ ১ বজাত  কোকৰাঝাৰ জিলা বিজেপিৰ উদ্যোগত ৬নং কচুগাঁও পৰিষদীয় সমষ্টিৰ কচুগাঁও আৰএনডি খেল পথাৰত বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত কৰাৰ পিছত শৰাইবিল পৰিষদীয় সমষ্টিৰ গোসাঁইগাঁওত উপষ্ঠিত।
Read More News
T & CPrivacy PolicyContact Us