This browser does not support the video element.
বিশ্বনাথ: নগৰৰ ৰাজপথত "কা"ৰ বিৰুদ্ধে প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ
Biswanath, Biswanath | Sep 4, 2025
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বিশ্বনাথ নগৰৰ ৰাজপথত "কা"ৰ বিৰোধীতাৰে সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে শ্বহীদ ভৱনৰ পৰা উলাই আহি ৰাজপথত "কা" ৰ প্ৰতিলিপি দাহ কৰে। লগতে বিজেপি চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি "কা" আমি নামানো, বিজেপি চৰকাৰ কাম নাই, বিজেপি চৰকাৰ হায় হায় ইত্যাদি শ্লোগান দিয়ে।