Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাঙৰ হালধিবাৰী আৰু লেঙেৰীৰ ডিমৌপৰীয়া যুৱসংঘৰ প্ৰাঙ্গণত ৰাইজে অনুষ্ঠিত কৰিলে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

Moran, Dibrugarh | Oct 1, 2025
খোৱাঙৰ হালধিবাৰী আৰু লেঙেৰীৰ পোৰাণি ডিমৌপৰীয়া যুৱসংঘৰ প্ৰাঙ্গণত ৰাইজে অনুষ্ঠিত কৰিলে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। দুইটা অনুষ্ঠানতে কেইবা শতাধিক ৰাইজ অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us