This browser does not support the video element.
জলহ ভাগ: বিটিচিৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ মিলনবজাৰত ইউপিপিএলৰ নিৰ্বাচনী সভা
Jalah Part, Baksa | Sep 10, 2025
বিটিচিৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ মিলনবজাৰত ইউপিপিএলৰ নিৰ্বাচনী সভা। আজি মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মিলন বজাৰত আজি ইউপিপিএল দলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। আজিৰ নিৰ্বাচনী সভাত উপস্থিত থাকে মথনগুৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰী আৰু তেওঁৰ সৈতে উপস্থিত থাকে দলীয় কাৰ্যকৰ্তা সকলে ।