This browser does not support the video element.
নলবাৰী: চহৰত জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন
Nalbari, Nalbari | Sep 8, 2025
নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী জিলাতো ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবার্ষিকী বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। নলবাৰী চহৰত অৱস্থিত মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অষ্টমমানৰ পৰা দ্বাদশলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্রেক্ষাগৃহতে বিয়লি ৪:৩০ বজাৰ পৰা স্মৃতি চাৰণ সভা ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। স্মৃতি চাৰণ সভাত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰে