This browser does not support the video element.
বিশ্বনাথ: ঘাটত শ্ৰী শ্ৰী গণিনাথ জীৰ জন্মোৎসৱ ও বাৰ্ষিক অধিবেশন সম্পন্ন, বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ
Biswanath, Biswanath | Aug 30, 2025
বিশ্বনাথ ঘাটৰ শ্ৰী শ্ৰী সত্য নাৰায়ন ঠাকুৰবাৰী মন্দিৰ প্ৰাংগনত আজি প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভা সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণিনাথ জীৰ জন্মোৎসৱ ও বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ উপলক্ষে মুখ্য অতিথি ৰূপত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হয়। বিভিন্ন কাৰ্যসূচীত অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভা সমিতিৰ বিষয়ববীয়াৰ লগতে গণ্যমান্য ব্যক্তি আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰে।