This browser does not support the video element.
ধেমাজি: চিলাপথাৰত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ ১০৯ সংখ্যক জন্মজয়ন্তী উদযাপন
Dhemaji, Dhemaji | Sep 25, 2025
চিলাপথাৰত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ ১০৯ সংখ্যক জন্মজয়ন্তী উদযাপন বৃহস্পতি বাৰে ধেমাজি জিলাৰ বিজেপি জিলা সমিতিৰ উদ্যোগত চিলাপথাৰৰ মণ্ডল সমিতিৰ সহযোগত দেশপ্ৰেমিক, পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ ১০৯ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। আজি উক্ত অনুষ্ঠানত পণ্ডিত দীনদয়াল উপাধ্যায়ক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা লগতে মহান দেশপ্ৰেমিক গৰাকীয়ে ভাৰতৰ