Download Now Banner

This browser does not support the video element.

ডিফু: কার্বি আংলঙত বনানীকৰণৰ নামত ২০০ কোটি আত্মসাৎ, ডিফুত সংবাদমেলযোগে বিজেপিক পুনৰ উভতি ধৰিলে জিলা কংগ্রেছে

Diphu, East Karbi Anglong | Sep 3, 2025
বনানীকৰণৰ নামত কাৰ্বি আংলং জিলাত জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে ২০০ কোটি টকাৰ বিয়াগোম দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পাছত কালি ডিফুত জিলা বিজেপিৰ মুখপাত্ৰ লাইচান ইংলেঙে অভিযোগ খণ্ডন কৰি এই অভিযোগ ভিত্তীহিন বুলি কয় ৷ বুধবাৰেদিনৰ প্ৰায় ১২ বজাত পুণৰ জিলা কংগ্ৰেছৰ মিডিয়া কোষৰ আহ্বায়িকা চেৰিশ্মা ৰংপিপীয়ে পুণৰ বিজেপিক সংবাদমেল যোগ উভতি ধৰি পুণৰ কংগ্ৰেছৰ একে অভিযোগ বিজেপিৰ ওপৰত জাপি দিয়ে ৷
Read More News
T & CPrivacy PolicyContact Us