Download Now Banner

This browser does not support the video element.

সোণাৰি: ফ্ৰীজৰ পৰা পানী খাবলৈ গৈ চফ্ৰাই বাগিচাৰ এটি তিনি বছৰীয়া শিশুৰ বিদ্যুতপৃষ্ঠ হৈ কৰুণ মৃত্যু‌

Sonari, Charaideo | Sep 3, 2025
চফ্ৰাইত তিনি বছৰীয়া শিশু বিদ্যুতপৃষ্ঠ হৈ মৃত্যু, ফ্ৰীজত হাত দিবলৈ গৈ এই অঘটন সংঘটিত।চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চফ্ৰাই বাগিচা অঞ্চলত এক কৰুণ ঘটনা সংঘটিত হৈছে । এটি তিনিবছৰীয়া কণমানি শিশুৰ বিদ্যুত পৃষ্ঠ হৈ মৃত্যু। ফ্ৰীজত হাত দিয়াৰ পাছতেই সংঘটিত হয় এই ঘটনা। ঘটনা অনুসৰি চফ্ৰাই বাগিচা অঞ্চলৰ নিবাসী প্ৰেমানন্দ তাঁতীৰ তিনি বছৰীয়া কন্যা সন্তান গমনিকা তাঁতীয়ে প্ৰচণ্ড গৰমত ঘৰত থকা ফ্ৰীজটোৰ পৰা পানী খাবলৈ বুলি ফ্ৰীজত হাত দিয়াৰ মাত্ৰকে বিদ্যুতপৃষ্ঠ হয়। লগ
Read More News
T & CPrivacy PolicyContact Us