Install App
policymotors9gmail
This browser does not support the video element.
সোণাৰি: দৈনিক বজাৰৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ দৈনিক বজাৰৰ প্ৰাংগনত অনুষ্ঠিত হ'ল ৰাজহুৱা গনেশ পূজা,শ শ ভক্তৰ অংশগ্ৰহণ
Sonari, Charaideo | Aug 27, 2025
গণেশ চতুর্থী উপলক্ষে দেশজুৰি পালন কৰা হৈছে গনেশ পূজা। সমান্তৰালকৈ ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰি নগৰটো গনেশ পূজাৰ একেই পৰিৱেশ৷ পুৱাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ লোকৰ ভিৰ ও দীঘলীয়া শাৰী ৷ সকলোৱে মূৰ দোঁৱাই আশীষ গ্ৰহণ কৰিছে গনেশৰ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!